Home অসমত আধাৰ কাৰ্ড প্ৰাপ্তি সহজ হ’ব byLIVE ASSAM DAILY -March 26, 2022 0 গুৱাহাটী, ২৬ মাৰ্চঃ অসমৰ আধাৰ পঞ্জীভূত নোহোৱা ২৭লাখ লোকক কার্ড প্রদান প্রক্রিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। এইসকল লোকৰ আধাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰোৱাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে উচ্চতম ন্যায়ালত আৱেদন দাখিল কৰিব৷ উৎসঃ এ আই আৰ নিউজ Facebook Twitter