লখিমপুৰ ৰাজীৱ ভৱনৰ সন্মুখত মূণ্ডন এজন কংগ্ৰেছ কৰ্মীয়ে
জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৰাই ললে মুণ্ডনৰ সিদ্ধান্ত
কালি সম্পন্ন হোৱা ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ক্ষুদ্ধ হৈ এই সিদ্ধান্ত গ্ৰহণ ৰাতুল বৰাৰ।
ৰাজ্য সভাৰ নিৰ্বাচনত দলক বিশ্বাসঘাটকতা কৰা কংগ্ৰেছী বিধায়কৰ বিৰূদ্ধে ক্ষুব্ধ হৈ মুণ্ডনেৰে তীব্ৰ প্ৰতিবাদ জিলা সম্পাদকৰ।
শশী কান্ত দাস,ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ দাবীত এই প্ৰতিবাদ
AIUDF ৰ লগত কোনো কালে মিত্ৰতা কৰাৰ পৰা বিৰত থকাৰ আহ্বান কংগ্ৰেছ নেতৃত্বক
কংগ্ৰেছ কৰ্মীৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে লখিমপুৰ জিলা কংগ্ৰেছীৰ ভিতৰ মহলত সৃষ্টি কৰিছে তীব্ৰ খলকনিৰ।
লখিমপুৰৰ পৰা গিৰিশ বৰুৱাৰ ৰিপৰ্ট ।