মুক্তিৰ পিছতেই বক্স অফিচত খলকনি তুলিবলৈ সক্ষম হৈছে RRR ছবিখনে, ছবিখনত বহু কেইজন সুদক্ষ অভিনেতা – অভিনেত্ৰীয়ে অভিনয় কৰিছে।
তেওঁলোক হৈছে অভিনেতা এনে.টি.ৰামা ৰাও জুনিয়ৰ, ৰাম চৰণ, আলিয়া ভাট আৰু অজয় দেশখনে।
RRR ছবিখনে হিন্দী ভাষাৰ উপৰিও তামিল, তেলেগু, কানাড়া, মালায়ালমে ধৰি আন পাঁচটা ভাষাত মুকলি কৰা হয়।
আনহাতে বক্স অফিচত হিন্দী সংস্কৰণ RRR ছবিখনে প্ৰথম দিনটোত ভাৰতত ১৮ কোটি টকা সংগ্ৰহ কৰিছে আৰু খবৰ অনুসৰি দেওবাৰৰ দিনটোত এই ছবিখনে ঐতিহাসিক সংগ্ৰহ কৰিছে।