তিনিচুকীয়া মাণ্ডলীক ৰে’লৱে কৰ্মচাৰী কল্যাণ নিধিয়ে কৰ্মব্যস্ততাৰ মাজতে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷
তিনিচুকীয়া ৰে’লৱে ক্লাৱৰ প্ৰাংগনত কৰ্মসূত্ৰে বিভিন্ন স্থানৰ পৰা বাস কৰা জাতি-জনগোষ্ঠীৰ লোকসকলৰ কণ কণ শিশুৰ লগতে যুৱতীসকলৰ সুবিধাৰ্থে অসমৰ জাতীয় উৎসৱ বহাগ বিহুৰ প্ৰাকক্ষণত আয়োজন কৰিছে ১০ দিনীয়া বিহুৰ কৰ্মশালা ৷
বিহু নাচৰ মিনাক্ষী মেচ, ঢোলৰ ৰাহুল বৰা আৰু সত্যজিৎ চাংমায়ে প্ৰশিক্ষক হিচাপে আগবঢ়োৱা কৰ্মশালাটোত স্থানীয় ভালেসংখ্যক শিশুৰ লগতে যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহন কৰি যথেষ্ট লাভান্বিত হোৱা বুলি মতপোষণ কৰিছে স্থানীয় ৰাইজে ৷
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপ