বাৰিষাৰ পূৰ্বেই লখিমপুৰৰ লালুকত বানৰ তাণ্ডৱ

 

উন্নয়নশীল চৰকাৰৰ উন্নয়নৰ নমুনা

বাৰিষাৰ পূৰ্বেই লখিমপুৰৰ লালুকত বানৰ তাণ্ডৱ

লালুকৰ পূৱ গড়মূৰত গাভৰু নৈৰ বানে ছিগিলে পথ।

বহু লোকৰ ঘৰ-দুৱাৰত সোমাল পানী।



কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে যিমানেই উন্নয়নৰ ঢ়াক ঢ়োল নৱজাৱক কিয় উন্নয়নৰ ফুপোলা স্বৰুপ উদঙালে লখিমপুৰৰ অগতীয়া বানে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰটো বানৰ বিভিষিকা। শিঙৰা নৈৰ বাঢ়নী পানীয়ে চিঙিলে লালুকৰ পথ। বাৰিশাৰ আগতেই অহা বাঢ়নী পানী সোমালে বহু লোকৰ বাসগৃহত। 


লখিমপুৰৰ পৰা গিৰিশ বৰুৱাৰ প্ৰতিবেদন।

Post a Comment

Previous Post Next Post