তিনিচুকীয়া মাকোমৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত বীৰ লাচিত সেনাৰ সাত দিনীয়া বিনামূলীয়া বিহুনাচ আখৰা ৰ সামৰণি অনুষ্ঠান।

শুকুৰবাৰে তিনিচুকীয়া জিলা বীৰ লাচিত সেনা ,মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত সাতদিনীয়া বিনামূলীয়া বিহুনাচ সামৰণি অনুষ্ঠান বিষ্ণুৰাভা প্ৰেক্ষাগৃহ মাকুমত আজি অন্তিম দিনা কায্যসূচী সামৰণি পৰে ।

যোৱা দুটা বছৰৰ কৰুণা মহামাৰীৰ ফলত অসমৰ বৃহত্তৰ বিহুবলীয়া ৰাইজে বিহু উদযাপন কৰিব পৰা নাছিল ,যদিও বহাগৰ বিহুক  অসমীয়া ৰাইজৰ প্ৰাণৰ পৰা বিদায় লব পৰা নাই ,বিহুক আৰু দুগুণ উৎসাহেৰে কণ কণ মইনাহঁতে  মুকলিকৈ  বিহুৰ  আখৰাত ভাগ লৈ আনন্দ প্ৰকাশ কৰাত বহু আনন্দিত  বীৰ লাচিত সেনাৰ জ্যেষ্ঠ পৰা লৈ কণিষ্ঠ সতীৰ্থসকল । 

বীৰ লাচিত সেনাৰ সমূহ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অসমীয়া ৰাইজৰ আয়ুখৰেখা বহাগ বিহুক উলহ মালহেৰে পালন কৰিবলৈ আহ্বান জনায়


তিনিচুকীয়া পৰা চৈয়দ আছিফৰ সহযোগত অজয় শৰ্মা ৰিপৰ্ট

Post a Comment

Previous Post Next Post